Dichter

Höre / ২

Höre
Sie benötigen den Flashplayer , um dieses Video zu sehen

Höre
etwas häutet sich und steigt.
Nach und nach legt es sich.
Ich flüstere es mir zu
dann sag ich’s laut.
Luft steigt immer empor.
Erst ist sie wund dann Wind.

Höre
da ist eine Brache in mir
aber das bedeutet nur
ich hab mir gebrochen
was wieder heilen wird.
Das ist fast ein Lied.

Höre
ich weiß dass ich in die Luft gehen kann
wie eine Blutspur im Schnee.
Wenn es taut tut es nicht weh.

Höre
alle Welt sagt noch geht der Wind.
Ebenso erhebt er sich.
Er legt sich auch nieder.
Die Sprache bekommt dann ein Kind.

Höre
was ich denke ist ein Weizenfeld
was ich fühle der Wind.
Ich bin ein Weizenfeld
durch das August geht
August und Wind.


Kerstin Preiwuss

শুনা,
ছাল সলাই সি উঠি যায়
আৰু নামি আহি এঠাইত থিৰ হয়
মই নিজকে ফুচফুচাই কওঁ
তাৰ পিছত মুখ ফুটাই কৈ উঠো
ওপৰলৈ উঠি গৈ থকা বায়ু
প্ৰথমে জখম হয় পিছলৈ বতাহ

শুনা,
মোৰ ভিতৰত এডৰা খালি মাটি আছে
অৰ্থাৎ
যি ভাঙিছে
এটা গীতৰ সম্ভাৱনাৰ নিচিনাকৈ
সি পুনৰ গঢ় ল’ব

শুনা,
এসোঁতা তেজ বৰফৰ ওপৰেৰে বৈ যোৱাৰ দৰে
বায়ুৰ সৈতে মই মিলি যাব পাৰো
বৰফ গলিলে বিষৰ অনুভৱ নাথাকে

শুনা,
মানুহে কয় বতাহ বয়
আচলতে সি উঠা-নমাহে কৰে
আৰু এঠাইত আহি থিৰ হয়
ভাষাৰ কলিবোৰো তাতেই ফুলে

শুনা,
মই ভবা কথাবোৰ এখন গোমধানৰ পথাৰ
য’ত মই অনুভৱ কৰোঁ বতাহ
মই এখন পথাৰ যাৰ মাজেৰে
আগষ্ট পাৰ হৈ যায়
আগষ্ট আৰু বতাহ।

Übersetzung: Maitrayee Patar (Assamese)

Biografie Kerstin Preiwuss

Weitere Gedichte

Aalmutter /


Das ist der Winter /
Kane ka dei ka tlang.


Habt ihr meinen Fisch gesehen? /
Phi ïohi ne em ïa i dohkha jong nga?


Einmal sind von anatomischen tischen /
৩ / Na ka miej ba ngiew ki nongshongkulai wai pyrthei