Dichter

Aalmutter / ১

Aalmutter
Sie benötigen den Flashplayer , um dieses Video zu sehen

Aalmutter fang an dann rede ich.
Ich spreche nicht nützlich.
Ich sage zum Spindelgesicht
dein Auge sticht dreht sich nicht.
Ich habe kein Gespür für mich selbst
aber ein Gespür für Licht.
Ich bin ich auf der Welt.
Das zu sagen bedeutet nichts.
Lies mich Text webt der Knecht.
Spinne seilt sich ab.
Die Worte die ich denke hören mich vibrieren.
Ich sage Aalmutter fang an zu zittern.
Ich zitier dich dann.


Kerstin Preiwuss

আলমুটাৰ, তুমি তোমাৰ কথা আৰম্ভ কৰা
এই কথোপকথনত মোৰ একো লাগতিয়াল কথা কবলগীয়া নাই ঘূৰন্ত টাকুৰীত স্থিৰ হৈ ভাঁহি উঠা মুখখনক মই কওঁ
সেই চাৱনিয়ে মোক বিন্ধে কিন্ত সি আৰু মোক সন্মোহিত নকৰে
নিজক অনুভৱ কৰিব নোৱাৰিলেও
পোহৰৰ অনুভূতি মোৰ আছে
মই ময়েই,
অথচ এই কথা কোৱাৰ আৰু প্ৰয়োজন নাই
সোনালী সূঁতা বৈ থকা মকৰাটোৱে সাধুটোকে কয়,
‘মোক আকৌ পঢ়া’
কাহিনী শেষ কৰি কাহিনীকাৰ সূঁতাডালেৰে নামি যায়
মোৰ এই কথাবোৰৰ কথা মই শুনা পাওঁ
সেয়ে কৈছোঁ হে ইলমাতৃ আলমুটাৰ, তোমাৰ কঁপনি মোক দিয়া
তোমাৰ কথা মই তেওঁলোকক ক’ম।

Übersetzung: Maitrayee Patar (Assamese)

Biografie Kerstin Preiwuss

Weitere Gedichte

Das ist der Winter /
Kane ka dei ka tlang.


Habt ihr meinen Fisch gesehen? /
Phi ïohi ne em ïa i dohkha jong nga?


Höre /


Einmal sind von anatomischen tischen /
৩ / Na ka miej ba ngiew ki nongshongkulai wai pyrthei